Begin typing your search above and press return to search.

এ এ এচ এচয়ে অসম মেডিকেল কলেজ আৰু হস্পিতালত মৃত্যু হোৱা আদিবাসী মহিলা ৰূপা কেৰকেতাৰ মৃত্যু প্ৰমান বিচৰাছে

এ এ এচ এচয়ে অসম মেডিকেল কলেজ আৰু হস্পিতালত মৃত্যু হোৱা আদিবাসী মহিলা ৰূপা কেৰকেতাৰ মৃত্যু প্ৰমান বিচৰাছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 May 2019 8:37 AM GMT

সদৌ আদিবাসী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা কমিটিয়ে জিলা উপায়ুক্তক হস্পিতালত মৃত্যু হোৱা আদিবাসী মহিলা এগৰাকীৰ ঘটনাত অনুসন্ধান কৰিবলৈ দাবী উত্থাপন কৰিছে। অসম মেডিকেল কলেজ আৰু হস্পিতালত আদিবাসী মহিলা ৰূপ ৰূপা কেৰকেতাৰ আশ্বৰ্যজনক মৃত্যুত অনুসন্ধান কৰিবলৈ দাবী উত্থাপন কৰিছে ।

চিকিৎসালয় কৰ্তৃপক্ষৰ অবহেলাৰ বাবে মৃত্যু হৈছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে সদৌ আদিবাসী ছাত্ৰ সন্থায়ে অভিযোগ কৰে যে অসম মেডিকেল কলেজ আৰু হস্পিতালে ৰোগী গৰাকীক পৰিয়ালৰ লোকক গটাই দিয়াত বহুত সময় বিলম্ব কৰিছিল ।

সদৌ আদিবাসী ছাত্ৰ সন্থায়ে লগতে কয় যে ৰোগীক ৮২ ঘন্টাৰ পাছত মুকলি কৰি দিয়া হয়। অবহেলা কৰাৰ বাবে চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ লগতে আদিবাসী লোকসকলক সঠিক গুৰুত্ব আৰু চিকিৎসা প্ৰদান কৰিবলৈ দাবী জনাই ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি