Begin typing your search above and press return to search.

কংগনা ৰানাউটৰ শিৱ পূজা

কংগনা ৰানাউটৰ শিৱ পূজা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 July 2018 12:52 PM GMT

কংগনা ৰানাউটৰ নতুনকৈ আহিবলগীয়া ছবি 'মনিকৰ্নিকা',ছবি খন বুৰঞ্জীমূলক ৰাণী লক্ষ্মীবাঈৰ ওপৰত আধাৰিত হ'ব।

অভিনেত্ৰী গৰাকী আদিয়োগী আশ্ৰমৰ শিৱ লিংগত পূজা কৰি থকা ফটো কিছুমান ইনষ্টাৰ জৰিয়তে প্ৰকাশ কৰিছে।কেৱল পূজা কৰাই নহয় বৰঞ্চ ঈশা ফাউণ্ডেশ্বনৰ সৰু সৰু ল'ৰা-ছোৱালীক লগো কৰিছে আৰু ঈশা ফাউণ্ডেশ্যনক বৰঙণিও প্ৰদান কৰিছে।

Next Story
চাকৰি