শীৰ্ষ বাতৰি

কংগ্ৰেছৰ দুৰ্গ আমেথিত বিজেপিৰ বিজয় ধ্বজা

AMRITI

 

কংগ্ৰেছৰ দুৰ্গ আমেথিত বিজেপিৰ জয়। আমেথি লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰানীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে । আমেথিত বিজেপিৰ ঐতিহাসিক জয় । কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক পৰাজিত কৰে বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰানীয়ে।

স্মৃতি ইৰানীয়ে আমেথি লোকসভা সমষ্টিত ৪৯.৬% লাভ কৰাৰ বিপৰীতে ৰাহুল গান্ধীয়ে ৪৩.৮৯% লাভ কৰে। সুদীৰ্ঘ ২০ বছৰত প্ৰথমবাৰৰ বাবে আমেথি কংগ্ৰেছ পৰাজয় বৰণ কৰিছে । বৰ্তমানলৈকে মাত্ৰ দুবাৰহে আন দলে আমেথিত জয় হবলৈ সক্ষম হৈছিল ।

 

অন্য খবৰৰ বাবে পঢ়ক  : শীৰ্ষ বাতৰি