কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ সময়তে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী নৱজিৎ দত্ত আৰু অন্য এজন ছাত্ৰ ত্ৰিনয়ন বৰুৱাক জাপৰিগোগত তিনিজনীয়া দুৰ্বৃত্তৰ দলে শাৰীৰিকভাৱে আক্ৰমণ কৰে। ফলত দুয়োজন গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হবলগীয়া হয়। এই ঘটনাটোৱে আকৌ এবাৰ ঐতিয্যমণ্ডিত কটন বিশ্ববিদ্যালৰ ইতিহাসত কলিমা সানিলে। ঘটনাটোক সকলোৱে একেমুখে গৰিহনা দিছে ।
Begin typing your search above and press return to search.