যোৱা বৃহস্পতিবাৰে আৰ্থিক অধিকাৰী বিভাগৰ দল এটাৰ অভিযানত আহিদুৰ ৰহমান নামৰ ব্যক্তি এজনক বেহাৰবাৰীৰ পৰা দুই কাৰ্টুন কফ চিৰাপ লগতে এল্ট গাড়ী এখনৰ সৈতে গ্ৰেপ্তাৰ কৰে।জানিব পৰা মতে ব্যক্তি জন নলবাৰী জিলাৰ মুকালমুৱাৰ হয়।