যোৱা সোমবাৰে বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰীয়ে কলাইগাঁও মডেল হাস্পতালৰ শুভদ্ধোধনী কৰে ।নতুনকৈ মুকলি হোৱা হাস্পাতাল খনত এখন মুকলি সভা অনুষ্ঠিত কৰে। সভাখনৰ সভাপতিত্ব কৰে বিটিচিৰ কাৰ্য্যনিৰ্বাহক সদস্য জগদীশ চৰকাৰ,লগতে সভাখনত উপস্থিত থাকে উদালগুৰি স্বাস্থ্য কেন্দ্ৰৰ যুটীয়া সঞ্চালক ডাক্তৰ টাইবুৰ ৰহমান, বিধায়ক মহেশ্বৰ বড়ো, জিলা উপায়ুক্ত দিলিপ কুমাৰ দাস, এচডিঅ' দীতকানন্দা হাজৰিকা আৰু এচডিপিঅ' বৰুন পুৰুকায়স্থ আৰু লগতে অন্যান্য বিশিষ্ট লোক সকলো উপস্থিত থাকে ।
Begin typing your search above and press return to search.