Top
Begin typing your search above and press return to search.

কলিয়াবৰত মৌন সমদল

কলিয়াবৰত মৌন সমদল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Jun 2018 7:12 AM GMT

কাৰ্বিআংলংত সংঘটিত হোৱা অমানৱীয় ঘটনাত দুই অসমীয়া নীলোৎপল আৰু অভিজিতৰ মৃত্যুত উচিত শাস্তিৰ দাবীত কলিয়াবৰৰ অসমীয়া যুৱক-যুৱতী আৰু কলিয়াবৰ ৰাইজৰ সৌজন্যত যোৱা সোমবাৰে এক শান্তি সমন্বয়ৰ বাৰ্তাৰে মৌন সমদল উলিয়াই।

Next Story