Begin typing your search above and press return to search.
কলিয়াবৰত মৌন সমদল

কাৰ্বিআংলংত সংঘটিত হোৱা অমানৱীয় ঘটনাত দুই অসমীয়া নীলোৎপল আৰু অভিজিতৰ মৃত্যুত উচিত শাস্তিৰ দাবীত কলিয়াবৰৰ অসমীয়া যুৱক-যুৱতী আৰু কলিয়াবৰ ৰাইজৰ সৌজন্যত যোৱা সোমবাৰে এক শান্তি সমন্বয়ৰ বাৰ্তাৰে মৌন সমদল উলিয়াই।
Next Story