কাইলৈ অসম গণ পৰিষদৰ ৩৪সংখ্যক প্ৰতিষ্ঠা দিৱস। শিৱসাগৰৰ আমগুৰিত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে প্ৰতিষ্ঠা দিৱসৰ। অনুষ্ঠানত উপস্থিত থাকিব সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত, প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী, মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে শীৰ্ষ নেতা আৰু দলীয় কৰ্মীসকল।
Begin typing your search above and press return to search.