কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চল বাঘমাৰী চাপৰিত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন ।উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া ম'হৰ আক্ৰমণত থিতাতে নিহত হয় লখিৰাম ঘটোৱাল নামৰ এজন শ্ৰমিক।নিহতশ্ৰমিক জনৰ ঘৰ কলিয়াবৰ মহকুমাৰ কুঠৰি গোহাইগাঁৱত বুলি জানিব পৰা গৈছে ।স্থানীয় ৰাইজে উচিত ক্ষতিপূৰণৰ দাবী কৰাৰ লগতে বনৰীয়া ম'হটোক হত্যা কৰাৰ দাবী তোলে । ম'হটো হত্যা নকৰা পৰ্যন্ত মৃতদেহ চমজি নোলোৱাৰো হুংকাৰ স্থানীয় ৰাইজৰ ।
Begin typing your search above and press return to search.