কানাডাৰ টৰন্টো চহৰৰ গ্ৰীক টাউন জিলাৰ ডানফৰ্থ আৰু পাপে এভেনুচৰ সমীপত নিশা ১০ বজাত এজন অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনাত এগৰাকী যুৱতী আৰু এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে ১৩ গৰাকী গুৰুত্বৰভাৱে গুলীবদ্ধ হয়।ত্ৰাসৰ সৃষ্টি কৰা বন্দুকধাৰীটোক পাছত আৰক্ষীয়ে গুলীয়াই হত্যা কৰে।কানাডাত এইবছৰ ২০০ কৈও অধিক গুলিচালনাৰ ঘটনা সংঘটিত হৈছে।টৰেন্টো আৰক্ষীয়ে ইতিমধ্যে বৃদ্ধি পোৱা গুলীচলনাৰ ঘটনা নিয়ন্ত্ৰনৰ বাবে কাম কৰাৰ সংকল্পবদ্ধ হয়।
কানাডাৰ টৰন্টো চহৰত অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনাত দুজনৰ মৃত্যু,১৩ জন গুৰুত্বৰভাৱে আহত

Next Story