Begin typing your search above and press return to search.

কামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

কামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Oct 2018 10:47 AM GMT

নগাঁও জিলাৰ কামপুৰ বৰঘাটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । দহ চকীয়া ট্ৰাকৰ তলত সোমাল এজন বাইক আৰোহী । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ৰক্তিম শইকীয়া নামৰ ছাত্ৰজন । সংকটজনক অৱস্থাত ৰক্তিমক নগাঁৱৰ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও চিকিৎসালয়ত তেওঁৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । ছাত্রজনৰ ঘৰ কামপুৰৰ হালোৱা ভকত গাৱঁত বুলি জানিব পৰা গৈছে । ছাত্ৰ জনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

Next Story
চাকৰি