কালাৰ্ছ চেনেলৰ ধাৰাবাহিক “বেপানাহ” টীমে কাটিলে কেক’

কালাৰ্ছ চেনেলৰ ধাৰাবাহিক “বেপানাহ” টীমে কাটিলে কেক’
Published on

কালাৰ্ছ চেনেলৰ ধাৰাবাহিক "বেপানাহ"ৰ মুল চৰিত্ৰত অভিনয় কৰা জেনিফাৰ উইংগতে শ্ৰেষ্ঠ অভিনত্ৰী গ্লোড খিতাপ লাভ কৰিবলৈ সক্ষম হয়। 'বেহেদ' ধাৰাবাহিক মায়া চৰিত্ৰৰ পৰা আদি কৰি বৰ্তমান চলি থকা বেপানাহ ধাৰাবাহিক জয়া হিচাপে অভিনয় কৰি থকা জেনিফাৰৰ ধাৰাবাহিকে মানুহৰ মাজত অতি জনপ্ৰিয়তা লাভ কৰিছে। ধাৰাবাহিক খনত দেখুওৱা হৰশদ চোপ্ৰা আৰু জেনিফাৰৰ মাজৰ সুন্দৰ কেমেষ্টিয়ে মানুহক অধিক আৰ্কষণ কৰিছে।শ্ৰেষ্ঠ অভিনেত্ৰী খিতাপ লাভ কৰাৰ বাবেই বেপানাহ ধাৰাবাহিক খনৰ সকলো সদস্যই এই সুখী ক্ষণত কেক কাটি জেনিফাৰক উৎসাহ প্ৰদান কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com