Begin typing your search above and press return to search.

কাশ্মীৰত সেনাৰ অভিযানত নিহত ৫ সন্ত্ৰাসবাদী

কাশ্মীৰত সেনাৰ অভিযানত নিহত ৫ সন্ত্ৰাসবাদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Sep 2018 8:30 AM GMT

জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰা চলা অভিযানৰ অৱশেষত অন্ত পৰিল । ভাৰতীয় সেনা , জম্মু কাশ্মীৰ আৰক্ষী আৰু চি আৰ পি এফে চলোৱা উমৈহতীয়া অভিযানত হিজবুল মুজাহিদ্দিনৰ পাচঁটাকৈ সন্ত্ৰাসবাদীক হত্যা কৰা লগতে ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

বান্দীপাৰা জিলাৰ চুমলাৰ জংঘলত চাৰি দিন একেৰাহে সংঘৰ্ষ চলাৰ পাচত বৰ্তমান সমগ্ৰ অঞ্চলটো নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰি ৰখাৰ লগতে এতিয়াও অব্যাহত ৰখা হৈছে তালাচী অভিযান । কাশ্মীৰৰ তিনিগৰাকী বিশেষ আৰক্ষী বিষয়াক হিজবুল মুজাহিদ্দিনে অপহৰণ কৰি হত্যা কৰাৰ বাবেই ভাৰতীয় সেনাৰ এই অভিযান বুলি জানিব পৰা গৈছে।

Next Story
চাকৰি