কাহিলীপাৰাৰ প্ৰাথমিক শিক্ষা সঞ্চালকায়লৰ কাৰ্যালয়ত প্ৰতিবাদ

কাহিলীপাৰাৰ প্ৰাথমিক শিক্ষা সঞ্চালকায়লৰ কাৰ্যালয়ত প্ৰতিবাদ
Published on

কাহিলীপাৰাৰ প্ৰাথমিক শিক্ষা সঞ্চালকায়লৰ কাৰ্যালয়ত নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত দ্বিতীয় আৰু তৃতীয় সহকাৰী শিক্ষক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। ১২৯৭জন শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰা দাবীত প্ৰতিবাদ সাব্যস্ত শিক্ষক সকলৰ। ২০–২৫ বছৰ ধৰি বিনা বেতন তথা দৰমহাৰে ছাত্ৰ–ছাত্ৰীক পাঠদান কৰি আহিছে এইসকল দুৰ্ভগীয়া শিক্ষকে। চৰকাৰৰ সৈতে বহুবাৰ আলোচনা কৰাৰ পিছতো কোনো ধৰণৰ ফলাফল পোৱা নাই শিক্ষকসকলে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com