Begin typing your search above and press return to search.

কাৰাগাৰলৈ প্ৰেৰণ দেৱাশিসক

কাৰাগাৰলৈ প্ৰেৰণ দেৱাশিসক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 July 2018 1:11 PM GMT

১৯ জুলাইত গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ হোৱা দেৱাশিস খাৰঘৰীয়াক আজি আদালতে ১৪দিনলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।শিৱসাগৰ জিলাৰ কাৰাগাৰৰ আলহী হ'ল কুলাংগ দেৱাশিসক।নিজ পিতৃ-মাতৃক অৱহেলা কৰি মৃত্যু মুখত ঠেলি দিয়া পুত্ৰ বৰ্তমান ৰঙা ঘৰৰ আলহী।কিন্তু এই পৰ্য্যন্তলৈ দেৱাশিসৰ পত্নী পলাতক অৱস্থাত আছে।

Next Story