কেটৰিনা কাঈফৰ জন্মদিনৰ সুন্দৰ কেক

কেটৰিনা কাঈফৰ জন্মদিনৰ সুন্দৰ কেক
Published on: 

বলীউদ অভিনেত্ৰী কেটৰিনা কাঈফ বৰ্তমান ব্যস্ত নিজৰ ৩৫সংখ্যক জন্মদিন পালন কৰাত।নিজৰ পৰিয়ালৰ সৈতে ইংলেণ্ডত জন্মদিন পালন কেটৰিনাৰ।কেটৰ মাতৃ সুচান্নায়ে ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰিছে কিছু সুন্দৰ ফটো। কেটৰিনাৰ হাঁঁহি থকা সুন্দৰ ফটো এখন প্ৰকাশ কৰিছে চ'ছিয়েল মিডিয়াৰ জৰিয়তে।ইমান ব্যস্ততাৰ মাজেৰে কেটৰিনাই নিজৰ কাৰনে অলপ সময় উলিয়াইছে পৰিয়ালৰ সৈতে জন্মদিন পালন কৰিবলৈ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com