Begin typing your search above and press return to search.

কোকৰাঝাৰ জিলাত ধৃত কেডাৰক আটক

কোকৰাঝাৰ জিলাত ধৃত কেডাৰক আটক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Nov 2018 8:47 AM GMT

নীতিগত ভাৱে অব্যাহত থকা কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ বিৰুদ্ধে চলোৱা এক সফল অভিযানত যোৱা দেওবাৰে নিশা কোকৰাঝাৰ জিলাৰ শলাকাটী এলেকাত আৰ্মী আৰু কোকৰাঝাৰ আৰক্ষীয়ে কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ ২০সংখ্যক গোটৰ এজন ধৃত কেডাৰক আটক কৰিবলৈ সক্ষম হয় ।

আৰ্মী মনফুল বৰ্মনৰ পৰা জানিব পৰা তথ্যানুসৰি,আটক কৰা কেডাৰ জন ২০১৫চনৰ পৰাই কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ সৈতে জড়িত হয় আছে ।ধৃত জন ম্যানমাৰ কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ পৰা প্ৰশিক্ষনপ্ৰাপ্ত । বিশেষ তথ্যানুসৰি আৰ্মী আৰু আৰক্ষীয়ে বান্দৰচেৰা গাঁৱত তদন্ত অভিযান চলায় । লোক জনৰ পৰা এখন দেশৰ নিৰ্মিত পিষ্টল আৰু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈও সক্ষম হয় ।

Next Story
চাকৰি