আমৰা বেংগলীৰ প্ৰায় ২০০০সদস্যই পশ্চিম বেংগলে ৰেলৱে সেৱা অৱৰোধ কৰি প্ৰতিবাদ কৰা সময়ত যোৱা বৃহস্পতিবাৰে কোচবিহাৰ ইউনিটে গ্ৰেপ্তাৰ কৰে।আমৰা বেংগলী সভাপতি সন্তোষ কুমাৰ মদাকে এক সংবাদ পত্ৰৰ জৰিয়তে এই তথ্য সদৰী কৰে।আমৰা বেংগলী আৰু এইচপিএঅ' সংগঠন দুটাই যুটীয়া ভাৱে জনসাধাৰন তথা বেংগলী সম্প্ৰদায় সকলৰ সুৰক্ষাৰ লগতে তেওঁলোকৰ লগত হোৱা অত্যাচাৰৰ বিৰুদ্ধে মাত মাতে।সংগঠন দুটাৰ নেতৃবৰ্গ আৰু কৰ্মচাৰী সকলৰ লগতে এই প্ৰতিবাদত বকুল ৰয়,সুবুধ বৰ্মন,ৰাজু ঘোষ আৰু অন্যান্য লোকেও অংশগ্ৰহন কৰিছিল।
Begin typing your search above and press return to search.