ৰাচিয়া বিশ্বকাপৰ অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত শনিবাৰে নিশা ভাৰতীয় সময় ১১ বাজি ৩০ মিনিটৰ পৰা আয়োজক ৰাচিয়া ক্ৰোয়েচিয়াৰ মুখামুখি হব।ৰাচিয়াই প্ৰি-কোৱাৰ্টাৰত স্পেইনক পৰাস্ত কৰাৰ বিপৰীতে ক্ৰোয়েচিয়াই ডেনমাৰ্কক পৰাস্ত কৰে।ক্ৰোয়েচিয়া বাহিনীৰ লুকা মদ্ৰিক আৰু ইভান ৰেক্টিকেই মূল ভাৰষা।ক্ৰোয়েচিয়াই ১৯৯৮ত তৃতীয় স্থানেৰে বিশ্বকাপ শেষ কৰিছিলে।আজি অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত কোনে শেষ হাহি মাৰিব সেয়া এতিয়া কোটি টকীয়া প্ৰশ্ন হৈ পৰিছে।
Begin typing your search above and press return to search.