Begin typing your search above and press return to search.

কৌন বনেগা কোড়োৰপতি,অসমৰ পৰা বিনিতা জৈন

কৌন বনেগা কোড়োৰপতি,অসমৰ পৰা বিনিতা জৈন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Sep 2018 11:56 AM GMT

চ'নি চেনেলেত সম্পসাৰিত হোৱা ৰিয়েলিটী অনুষ্ঠান 'কৌন বনেগা কোড়োৰপতি' এক অন্যতম অনুষ্ঠান ।বিগ বি অমিতাভ বচ্চনে আঁত ধৰা এই অনুষ্ঠানটি সকলোৰে প্ৰিয়।প্ৰতি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ নিশা ৯বজাত অনুষ্ঠানটি সম্প্ৰচাৰ হয় ।

এইবাৰ এই অনুষ্ঠানটিত অসমৰ পৰা এগৰাকী মহিলা বিনিতা জৈনে অংশ গ্ৰহন কৰিছে ।আৰু বিগ বিয়ে ঘোষনা কৰা অনুসৰি এইবাৰৰ কৌন বনেগা কোড়োৰপতি ১০ ৰ প্ৰথম গৰাকী কোড়ৰপতি মহিলা ।অহা অক্টোবৰৰ ২ তাৰিখে ৭কোটি টকাৰ এটা প্ৰশ্নই বিনিতাৰ ভাগ্য নিৰ্নয় হ'ব ।

অনুষ্ঠানটিৰ শ্ৰেয়াৰ কৰা এটা ভিডিঅ'ট লিখা আছে এইদৰে,'Gyaan ke iss duswe adhyaay mein mil gayin hai humein peheli Crorepati. Par kya usse bhi aage jeet paayengi Binita ji? Dekhiye #KBC ka Saptkoti Episode, 2 October ko aur uski yeh ek jhalak aaj iss exclusive FB premiere mein. Reminder ke liye yahan click karein. Amitabh Bachchan.'

Next Story
চাকৰি