Begin typing your search above and press return to search.

ক্ৰিষ্টিয়ান’ ৰোনাল্ড’ৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ

ক্ৰিষ্টিয়ান’ ৰোনাল্ড’ৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Sep 2018 10:58 AM GMT

বিশ্ব ফুটবলৰ মহাতাৰকা ক্ৰিষ্টিয়ান’ ৰোনাল্ড’ৰ বিৰুদ্ধে আমেৰিকাৰ এগৰাকী মহিলাই বলাৎকাৰৰ অভিযোগ উত্থাপন কৰাত সমগ্ৰ বিশ্বতে চাঞ্চল্য সৃষ্টি হৈছে।

জাৰ্মানীৰ এখন বিখ্যাত আলোচনীত মহিলাগৰাকীয়ে সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে ৰোনাল্ড’য়ে ২০০৯ চনত বলাৎকাৰ কৰিছিল আৰু সেইকথা তেওঁক ৰাজহুৱা নকৰিবলৈ ধমকি প্ৰদান কৰিছিল।

আলোচনীখনত এই সাক্ষাৎকাৰ প্ৰকাশ হোৱাৰ পাছতে ৰোনাল্ড’ৰ অধিবক্তাই আলোচনীখনৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰিছে।

Next Story