পুনৰ আহিল দিপাৱলী আৰু দিপাৱলীৰ সময়ত বলীউডৰ তাৰকা সকলৰ মাজত দেখা পোৱা যাব পৰম্পৰাগত সুন্দৰ সুন্দৰ ৰঙীন সাজ পৰিধান কৰা । য'ত দিপাৱলীৰ বাবে মাজত আছে মাথো কেইটামান দিন বাকী ঠিক ইয়াৰ মাজতে বলীউড চেলিব্ৰেটিচ সকলে ইতিমধ্যে আৰম্ভ তথা উপভোগ কৰিছে দিৱালীৰ মজা । ফেশ্বন ডিজাইনাৰ সন্দিপ খোচলাই আয়োজন কৰা দিপাৱলীৰ পাৰ্টীত অংশ গ্ৰহন কৰিলে কৰন জহৰ,স্বৰা ভাস্কৰ,প্ৰযোজক ৰিহা কাপুৰ,অনান্যা পাণ্ডে,সিদ্ধাৰ্থ মলহোত্ৰা,অৰ্জুন কাপুৰ,মালাইকা আৰোৰা,নিহা ধুপীয়া,অংগদ বেদী আদি বহুতো । তলত ফটো প্ৰকাশ কৰা হ'ল………………………
https://www.instagram.com/p/BpsEp5VDR0P/
https://www.instagram.com/p/Bpr8XFpHZ6L/