Begin typing your search above and press return to search.

কৰন জহৰ,অৰ্জুন কাপুৰ,মালাইকা আৰোৰা আৰু বহুতে উপস্থিত থাকিল সন্দিপ খোচলাৰ দিপাৱলী পাৰ্টীত,ফটো

কৰন জহৰ,অৰ্জুন কাপুৰ,মালাইকা আৰোৰা আৰু বহুতে উপস্থিত থাকিল সন্দিপ খোচলাৰ দিপাৱলী পাৰ্টীত,ফটো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Nov 2018 10:33 AM GMT

পুনৰ আহিল দিপাৱলী আৰু দিপাৱলীৰ সময়ত বলীউডৰ তাৰকা সকলৰ মাজত দেখা পোৱা যাব পৰম্পৰাগত সুন্দৰ সুন্দৰ ৰঙীন সাজ পৰিধান কৰা । য'ত দিপাৱলীৰ বাবে মাজত আছে মাথো কেইটামান দিন বাকী ঠিক ইয়াৰ মাজতে বলীউড চেলিব্ৰেটিচ সকলে ইতিমধ্যে আৰম্ভ তথা উপভোগ কৰিছে দিৱালীৰ মজা । ফেশ্বন ডিজাইনাৰ সন্দিপ খোচলাই আয়োজন কৰা দিপাৱলীৰ পাৰ্টীত অংশ গ্ৰহন কৰিলে কৰন জহৰ,স্বৰা ভাস্কৰ,প্ৰযোজক ৰিহা কাপুৰ,অনান্যা পাণ্ডে,সিদ্ধাৰ্থ মলহোত্ৰা,অৰ্জুন কাপুৰ,মালাইকা আৰোৰা,নিহা ধুপীয়া,অংগদ বেদী আদি বহুতো । তলত ফটো প্ৰকাশ কৰা হ'ল………………………

https://www.instagram.com/p/BpsEp5VDR0P/

https://www.instagram.com/p/Bpr8XFpHZ6L/

Next Story
চাকৰি