কৰিনা কাপুৰ খান আৰু কৰিশ্মা কাপুৰৰ গনেশ চতুৰ্থীৰ সময়ত পৰিধান কৰা সাজ

কৰিনা কাপুৰ খান আৰু কৰিশ্মা কাপুৰৰ গনেশ চতুৰ্থীৰ সময়ত পৰিধান কৰা সাজ
Published on

যোৱাকালি হৈ যোৱা গনেশ চতুৰ্থীত বি-টাউন অৰ্থাৎ বলীউদৰ বেব আৰু লোলো দুয়ো ভগ্নী একেলগতে একে ৰঙৰ হালধীয়া সাজত দেখা পোৱা গল,তলত কিছু সুন্দৰ ফটো দিয়া হ'ল…………

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com