কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰ খনলৈ আগবঢ়োৱা অৰিহনাৰ বাবে আমেৰিকাৰ জেমচ এলিনচন আৰু জাপানৰ টাচুকু হনজৌলৈ যুতীয়াভাৱে ২০১৮ চনৰ চিকিৎসা বিজ্ঞান বিভাগৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। তেওঁলোকে কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰ খনত বিপ্লৱৰ সুচনা কৰি কৰ্কট ৰোগৰ বিৰুদ্ধে কিদৰে যুদ্ধ কৰিব লাগে তাৰ ওপৰত গবেষণা কৰিছিল।দোয়োজনে কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰ খনত এক নতুন যুগৰ সুচনা কৰিছে। এলিনচন টেক্সাচ বিশ্ববিদ্যালয়ৰ অধ্যাপক হোৱাৰ বিপৰীতে হনজৌ জাপানৰ কৈটো বিশ্ববিদ্যালয়ৰ অধ্যাপক।
Begin typing your search above and press return to search.