আছুৰ নেতা-কৰ্মচাৰী আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে বুধবাৰে একজোট হৈ ৰাজভৱনলৈ সমদল উলিয়ায়। দুয়োটা সংগঠনৰ নেতা আৰু সদস্যসকল গুৱাহাটীৰ উজান বজাৰৰ শ্বহীদ ন্যাসত মিলিত হৈ খোজকাঢ়ি ৰাজভৱনলৈ সমদল উলিয়ায়। আছু আৰু এছ এ কে পিৰ মূল দাবী হৈছে সকলোধৰণৰ বিবাদপূৰ্ণ বিল নাইকিয়া কৰা, নিৰ্দ্দিষ্ট সময়সীমাৰ ভিতৰত অসম চুক্তি ৰূপায়ন কৰা আৰু বিদেশী সমস্যাৰ স্থায়ী সমাধান কৰা।
Begin typing your search above and press return to search.