যোৱা শুক্ৰবাৰে বশিষ্ট আৰক্ষীয়ে চিনাক্ত কৰা কুনাল মহাতু নামৰ ব্যক্তি এগৰাকীক গাঞ্জা ব্যৱসায়ত জড়িত থকা অভিযোগত বেহাৰবাৰীৰ পৰা আটক কৰে।অভিযোগকাৰী মহাতু বৃত্তিত এগৰাকী গাড়ী চালক হৈ ভাড়া ঘৰৰ পৰা গাঞ্জা ব্যৱসায় চলাই আহিছিল।জানিব পৰা মতে মহাতুক আৰক্ষীয়ে আটক কৰা সময়ত সন্দেহযুক্ত ৫০কেজি গাঞ্জা জব্দ কৰে।
Begin typing your search above and press return to search.