Begin typing your search above and press return to search.
গান্ধীনগৰ লোকসভা সমষ্টিত বৃহৎ ব্যবধানত অমিত শ্বাহৰ জয়

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে গান্ধীনগৰ লোকসভা সমষ্টিত বৃহৎ ব্যবধানত বিজয় সাব্যস্ত কৰে । অমিত শ্বাহে ৫,১১,১৮০ ভোটত বিজয় সাব্যস্ত কৰে ।
গান্ধীনগৰ লোকসভা সমষ্টি গুজৰাটৰ এক গুৰুত্বপূৰ্ণ আসন। পূৰ্বতে গান্ধীনগৰৰ পৰা বিজেপিৰ জেষ্ঠ নেতা এল কে আদৱানী নিৰ্বাচনত অবতীৰ্ণ হৈ ৬ বাৰকৈ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল । এল কে আদৱানীয়ে ১৯৯১ চনৰ পৰা একেৰাহে গান্ধীনগৰৰ পৰা সাংসদ আছিল ।
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি
Next Story