Begin typing your search above and press return to search.

গুৱাহাটী মহানগৰীৰ যান-য'তৰ কঠোৰ নিৰীক্ষণৰ অভাৱ গভীৰ উদ্বেগৰ বিষয়

গুৱাহাটী মহানগৰীৰ যান-যতৰ কঠোৰ নিৰীক্ষণৰ অভাৱ গভীৰ উদ্বেগৰ বিষয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Nov 2018 10:09 AM GMT

গুৱাহাটী মহানগৰীত যান-বাহন আইনৰ সঠিক ৰূপায়নৰ ক্ষেত্ৰত পাঁচ বছৰে মহানগৰ যান-বাহন আৰক্ষীৰ দুৰ্বলতা চকুত লগাকৈ প্ৰতিফলিত হৈ আহিছে।মাত্ৰ পোছাকৰ ৰং সলনি কৰি আৰু ফোনৰ ৰং সলনি কৰিলেই যান-বাহন চলাচলৰ সমস্যা সমূহ সমাধান হৈ নাযায় যদিহে ফোন সমূহ কৰ্তব্যৰ সময়ত সক্ৰিয় হৈ নাথাকে।মহানগৰীত সততে যান-বাহন সমূহ যতে-ততে নিজ খেয়াল খুচি মতে পাৰ্কি কৰি থকা দৃষ্টি গোচৰ হয়

আৰু যান বাহন নিয়ন্ত্ৰণ আৰক্ষীয়ে সদায় এই অবৈধ পাৰ্কি নিয়ন্ত্ৰণত ব্যৰ্থ হৈ আহিছে।

উদাহৰণ স্বৰুপে চিট বেল্ট আৰু হেলমেট পৰিধান কৰাটো মহানগৰ যান-বাহন আৰক্ষীয়ে বাধ্যতামূলক কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত ই কাৰ্যকৰী হৈ উঠা নাই।তাৰোপৰি মহানগৰীত পদচাৰী সকলৰ কোনোধৰণৰ সুৰক্ষা নাই, জেব্ৰা ক্ৰচিঙৰ নিয়ম কোনো ড্ৰাইভাৰে পালন নকৰে। সামূহিকভাৱে এক কঠোৰ নিৰীক্ষণ ব্যৱস্থা অবিহনে জি টি পিয়ে যান-বাহন আইন সমূহ কাৰ্য্যকৰী কৰাত কেতিয়াও সফল নহব।

অধিক খবৰৰ বাবে পঢ়ক:

Next Story
চাকৰি