গোলাঘাটত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিক পালন

গোলাঘাটত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিক পালন
Published on

গোলাঘাট বিজেপিয়ে বিজেপি কাৰ্যালয়ত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিক পালন কৰে ।বিজেপি মিডিয়া চেল অমল কোৱঁৰে সংবাদ মাধ্যমক জনোৱা অনুসৰি,অনুষ্ঠান খনৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে আৰু দীনদয়াল উপাধ্যায়ৰ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে গোলাঘাটৰ বিজেপি অধ্যক্ষয়ে দেৱজিত বড়াই ।অনুষ্ঠান খন আয়োজন কৰে বিজেপিৰ সভাপতি সিমান্ত বড়া ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com