গোলাঘাট জিলাৰ ঢেকিয়াল অঞ্চলত সন্ত্ৰাস চলাই থকা নাহৰফুটুকী এটা যোৱা দেওবাৰে উদ্ধাৰ কৰে স্থানীয় ৰাইজৰ সহযোগত বনাঞ্চলৰ কৰ্তৃপক্ষই।যোৱা কেইবাদিন ধৰি সন্ত্ৰাস চলাই থকা নাহৰফুটুকী টোৰ উৎপাতত সেই অঞ্চলত বসবাস কৰা মানুহে বাহিৰলৈ ওলাবলৈ ভয় কৰিছিল।কেইদিন মান পিছত বিশ্ব বড়া নামৰ ব্যক্তি এজনক নাহৰফুটুকী টোৱে আক্ৰমন কৰে।শেষত যোৱা দেওবাৰে ৰাতিপুৱা নাহৰফুটুকী টোক বন্দী কৰা হয়।বন্দী কৰা নাহৰফুটুকী টোক চাবলৈ বৃহৎ সংখ্যক লোকে ভিৰ কৰেহি।
Begin typing your search above and press return to search.