যোৱা মঙলবাৰে বকিয়াল বনাঞ্চলৰ অন্তৰ্গত ২নং পংকা গ্ৰেণ্ট টেলিগ্ৰাম অঞ্চলত বিৰল প্ৰজাতিৰ সৰীসৃপ প্ৰাণী গুই উদ্ধাৰ কৰা হয়। জানিব পৰা তথ্যানুসৰি,বৃহৎ আকাৰৰ ৪কেজি ওজনৰ গুই বিধ চুনিল বৰুৱা আৰু নিলঞ্জনা শইকীয়াৰ বাসগৃহৰ বাৰাণ্ডাত দেখা পায়,পৰবৰ্ত্তী সময়ত তেওঁলোকে বন বিভাগক খবৰ দিয়ে।খবৰ পোৱা পিছতে বন বিভাগৰ লোক সেই ঠাইত উপস্থিত হৈ গুইসাপ বিধ উদ্ধাৰ কৰে
Begin typing your search above and press return to search.