গোলাঘাটত সদৌ অসম ফেশ্বন শ্ব’ আয়োজন

গোলাঘাটত সদৌ অসম ফেশ্বন শ্ব’ আয়োজন
Published on

গোলাঘাট জিলাৰ জিলা পুঁথিভড়ালৰ প্ৰেক্ষাগৃহত ময়ুৰ কলা কেন্দ্ৰৰ উদ্যোগত ২০ৰ পৰা ২২ জুলাইলৈ আয়োজন কৰিছে।ময়ুৰ কলা কেন্দ্ৰৰ সম্পাদক মনিশা গগৈ হাজৰিকাই জনোৱা মতে তেওঁলোকে ফেশ্বনৰ ক্ষেত্ৰখনৰ এই প্ৰতিযোগিতাৰ জড়িয়তে বিভিন্ন ঠাইৰ প্ৰতিভাৰ সন্ধান কৰিবলৈ চেষ্টা কৰিব।প্ৰতিযোগিতা সমূহ মিচ ময়ুৰ,মিষ্টাৰ ময়ুৰ আৰু মিচেচ ময়ুৰ।প্ৰতিযোগী সকলক দুদিনীয়া প্ৰশিক্ষন দিয়াৰ পাছত তেওঁলোকৰ মাজত প্ৰতিযোগিতা আয়োজন কৰা হব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com