গোৱালপাৰাৰ খৰমুজাত ভয়ংকৰ অগ্নিকাণ্ড

গোৱালপাৰাৰ খৰমুজাত ভয়ংকৰ অগ্নিকাণ্ড

গোৱালপাৰা জিলাৰ খৰমুজাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে । অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ’ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ।অগ্নিকাণ্ডত প্ৰায় ৫০ লাখ টকাৰ সা-সামগ্ৰী ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে । শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে বুলি জানিব পৰা গৈছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com