Begin typing your search above and press return to search.

গৌৰীসাগৰত পৰিবহন নিগমৰ বাছ দুৰ্ঘটনাগ্ৰস্থ

গৌৰীসাগৰত পৰিবহন নিগমৰ বাছ দুৰ্ঘটনাগ্ৰস্থ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Sep 2018 12:00 PM GMT

শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ ফুলপানীছিগাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ খাৱৈত সুমাই পৰে এখন পৰিবহন নিগমৰ বাছ।গাড়ীখন জাগুনৰ পৰা দেৰগাঁওলৈ আহি আছিল । ২২জন যাত্ৰী সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে।গাড়ীখনৰ নম্বৰ এ এচ ২০ - ১৪০৫। ঘটনাস্থলীত গৌৰীসাগৰ আৰক্ষী উপস্থিত হৈ আঘাটপ্ৰাপ্তসকলক জয়সাগৰ মেডিকেললৈ প্ৰেৰণ কৰিছে।

Next Story