গৌৰীসাগৰত পৰিবহন নিগমৰ বাছ দুৰ্ঘটনাগ্ৰস্থ

গৌৰীসাগৰত পৰিবহন নিগমৰ বাছ দুৰ্ঘটনাগ্ৰস্থ
Published on

শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ ফুলপানীছিগাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ খাৱৈত সুমাই পৰে এখন পৰিবহন নিগমৰ বাছ।গাড়ীখন জাগুনৰ পৰা দেৰগাঁওলৈ আহি আছিল । ২২জন যাত্ৰী সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে।গাড়ীখনৰ নম্বৰ এ এচ ২০ - ১৪০৫। ঘটনাস্থলীত গৌৰীসাগৰ আৰক্ষী উপস্থিত হৈ আঘাটপ্ৰাপ্তসকলক জয়সাগৰ মেডিকেললৈ প্ৰেৰণ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com