Begin typing your search above and press return to search.
গৌৰীসাগৰত ষ্ট্ৰীট লাইট আঁচনিৰ শুভ আৰম্ভণি

কেন্দ্ৰীয় বিকল্প বিদ্যুৎ উৎপাদন সংস্থাই শিৱসাগৰ জিলাৰ গৌৰীসাগৰ চহৰস্থিত আমগুৰিত বুধবাৰে সৌৰ ষ্ট্ৰীট লাইট আঁচনিৰ আনুষ্ঠানিক ভাৱে আৰম্ভ কৰে। আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই গৌৰীসাগৰ চহৰত ষ্ট্ৰীট লাইটৰ চুইছ অন কৰি আঁচনিৰ শুভ আৰম্ভণি কৰে। গৌৰীসাগৰৰ দৈনন্দিন বজাৰত অনুস্থিত হৈ যোৱা আৰম্ভণি অনুষ্ঠানত আমগুৰিৰ এছ দি অ, শিৱসাগৰ এ ডি চি, বিদ্যুৎ পৰিকল্পনাৰ কাৰ্য্যকৰী অভিযন্তাৰ লগতে আমগুৰি পৌৰনিগমৰ অধ্যক্ষ উপস্থিত থাকে।
Next Story