Begin typing your search above and press return to search.

গ্ৰেপ্তাৰ হোৱা বিষয়াৰ বিৰুদ্ধে উপযুক্ত তথ্য লাভ আৰক্ষীৰ

গ্ৰেপ্তাৰ হোৱা বিষয়াৰ বিৰুদ্ধে উপযুক্ত তথ্য লাভ আৰক্ষীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:06 AM GMT

আৰক্ষীৰ অভিযানত,অসম লোকসেৱা আয়োগৰ সন্দৰ্ভত জড়িত থকা অভিযোগকাৰী বিষয়া সকলক কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰে। অসম অসমাৰিক সেৱা চাকৰিৰ লগত জড়িত থকা অভিযোগকাৰী বিষয়া ৰাকেশ কুমাৰ পালক গ্ৰেপ্তাৰ কৰাৰ লগতে অন্য এপিএছচিৰ কাণ্ডৰ লগত জড়িত সকলোক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে,আদালতৰ বিশেষ ন্যায়ধীশে ২০এচিএছ বিষয়া,এপিএছ আৰু অন্যান্য সহযোগী কেইবাগৰাকী বিষয়াৰ লগতে দুজনকৈ মধ্যাস্থতাকাৰীক যোৱা সোমবাৰে ডিব্ৰুগড় আৰক্ষীয়ে PS cass No 936/16 u/s 7/13 (1) (a) (b) (d) দূৰ্নীতি প্ৰতিৰোধ আইন আৰু ধাৰা 120(B)/420/463/468/471/(A/201 আইপিচি নম্বৰত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

অভিযানৰ সময়ত গ্ৰেপ্তাৰ হোৱা বিষয়া সকলৰ পৰা আৰক্ষীয়ে অতিৰিক্ত প্ৰমান লাভ কৰি জিম্মাত লবলৈ সক্ষম হৈছে।

Next Story
চাকৰি