Begin typing your search above and press return to search.
ঘৰৰ মাটিত কলকতাক হৰুৱালে নৰ্থ ইষ্ট ইউনাইটেডে

কলিকতাৰ ছল্ট লেক ষ্টেডিয়ামত অনুস্থিত হোৱা ঘৰুৱা দল এথেলেটিক' ডি কলকতাক ০-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে নৰ্থ ইষ্ট ইউনাইটেডে। খেলৰ ৮৯ মিনিটত ৰউলিং বৰগেচে দৰ্শনীয় গ'ল কৰি নৰ্থ ইষ্ট ইউনাইটেডক অগ্ৰগতি প্ৰদান কৰাই নহয় বিজয়ো প্ৰদান কৰে ।
কলিকতা দলে সমতা স্থাপন কৰিবলৈ চেষ্ঠা কৰে যদিও বহুত দেৰি হয় কলিকতাৰ বাবে। দুয়োটা দলেই সুন্দৰ খেল প্ৰদৰ্শনেৰে অনুৰাগী সকলৰ মন জয় কৰিবলৈ সক্ষম হয়। আজি নিশা ৭ বাজি ৩০ মিনিটৰ কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কেৰেলা ব্লাষ্টাৰ আৰু মুম্বাই চিটিৰ মাজত অনুস্থিত হব।
Next Story