"চিট ইণ্ডিয়া"ৰ পোষ্টাৰ মুকলি

যোৱাকালি প্ৰকাশ পালে আহি থকা ছবি "চিট ইণ্ডিয়া"ৰ ল'গ তথা প্ৰতীক চিহ্ন।ছবি খনত অভিনয় কৰিছে ইমৰান হাছমী,কিন্তু পোষ্টাৰ খনত ইমৰান হাছমীক দেখা পোৱা যোৱা নাই।পোষ্টাৰ খনত দেখা পোৱা অনুসৰি,কোনো ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱেশ পৰীক্ষাৰ ফলাফলৰ বিনিময়ত পইচাৰ লেণ্ড-দেণ্ড কৰা।
ইমৰান হাছমীয়ে মত প্ৰকাশ কৰি কয় যে," “The script and title of Cheat India are supremely powerful. This is among the most engaging and riveting stories I’ve read in a while and I am thrilled to be essaying what I believe will be a landmark role in my filmography. I am also looking forward to working with some formidable partners – Soumik, an amazing storyteller, Ellipsis, the new kids with a pulse on clutter-breaking content and marketing, and T-Series, with whom I share an old association on music and films.”