চিত্ৰাংগনা সিংৰ নতুনকৈ আহিবলগীয়া "চাহেৱ বিবি অ'ৰ' গেংষ্টাৰ৩" ছবি খনত যিটো চৰিত্ৰত অভিনয় কৰিব সেই চৰিত্ৰটিৰ বিষয়ে টিমাংচু ধুলীয়াৰ পৰা জ্ঞান আহৰন কৰি আছে।ইয়াৰ লগতে চিত্ৰাংগনাই নিজক কোনো এটা ঠাইতে বান্ধি নাৰাখি অৰ্থাৎ যিকোনো এটা লক্ষ্য আগত লৈ কাম নকৰে বৰঞ্চ সময়ত যেনেকৈ যি আহে সেইসমূহ মুক্ত মনে লবলৈহে সাজু থাকে বুলি মত প্ৰকাশ কৰে।
চিত্ৰাংগনা সিংৰ নতুনকৈ আহিবলগীয়া ছবি খনৰ চৰিত্ৰটিৰ বিষয়ে জ্ঞান আয়ত্ত কৰিছে টিমাংচু ধুলীয়াৰ পৰা

Next Story