Begin typing your search above and press return to search.

চিৰাঙত পথ নিৰ্মানৰ নামত ব্যাপক দুৰ্নীতি

চিৰাঙত পথ নিৰ্মানৰ নামত ব্যাপক দুৰ্নীতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Oct 2018 2:27 PM GMT

চিৰাং জিলাত পোহৰলৈ আহিছে প্ৰধান মন্ত্ৰী গ্ৰাম সৰক যোজনাৰ ব্যাপক দুৰ্নীতিৰ তথ্য । ২২.৫ লাখ টকা ব্যায় সাপেক্ষ জিলাখনৰ বিজনী মহকুমাৰ বিষ্ণুপুৰ-চিকাঝোৰা সংযোগী পথচোৱা প্ৰধান মন্ত্ৰী গ্ৰাম সৰক যোজনা আঁচনিত এই পথচোৱাৰ নিৰ্মান হৈছিল তিনিবছৰ পুৰ্বে কিন্ত তিনিবছৰতে পথচোৱাৰ অৱস্থা একেবাৰে বেয়া হোৱাৰ ফলত ঠিকাদাৰে পুনৰ মেৰামতি কৰিবলগীয়া হৈছে । মেৰামতি কৰাৰ চিৰাং জিলাত পোহৰলৈ আহিছে প্ৰধান মন্ত্ৰী গ্ৰাম সৰক যোজনাৰ ব্যাপক দুৰ্নীতিৰ তথ্য । ২২.৫ লাখ টকা ব্যায় সাপেক্ষ জিলাখনৰ বিজনী মহকুমাৰ বিষ্ণুপুৰ-চিকাঝোৰা দুদিনৰ পিচতে চপৰা-চপৰে হুদা হাতেৰে উঠাব পৰা যায় পথচোৱা । জিলা গঢ়কপ্তানি বিভাগৰ বিষয়া অভিযন্তাৰ সৈতে গোপন বুজাবুজিৰে বঙাইগাঁওৰ প্ৰসিদ্ধ ঠিকাদাৰ অজিত জৈনে পদ্মাৱতি কনছষ্ট্ৰাকচন ৰ দ্বাৰা এই দৰে নিম্ন মানৰ পথ নিৰ্মান কৰাৰ তথ্য পোহৰলৈ আহিছে ।

Next Story
চাকৰি