চিৰাঙত মহিলাৰ মদ-জুৱা বিৰোধি প্ৰতিবাদী সমদল

চিৰাঙত মহিলাৰ মদ-জুৱা বিৰোধি প্ৰতিবাদী সমদল
Published on

চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পশ্চিম খামাৰপাৰা অঞ্চলত মহিলাসকলে মদ-জুৱা বিৰোধি প্ৰতিবাদী সমদল উলিয়াই । মদ-জুৱা আদিৰ দৰে বিভিন্ন অসামাজিক কাৰ্য্যকলাপৰ বিৰোধিতাৰে সমদললৈ ওলাই আহিল কেইবা শ মহিলা । জিলাখনৰ ৰৌ মাৰী ভি চি ডি চিৰ অন্তৰ্গত তিনিটা আত্ম সহায়ক গোটৰ গাঁও সন্থাৰ ক্ৰমে সৌৰজিনা, পুজা আৰু সৌৰজিৰ মুঠ ৪৯ টা আত্ম সহায়ক গোটৰ কেবাশ মহিলা আজি ওলাই আহিছে মদ-জুৱা বিৰোধি নানা শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com