ৰাজ্যিক বাতৰি
চীনলৈ অসমৰ চাহপাত
টি মেজৰ এমালগামেতেদ প্লানটেচন প্ৰাইভেট লিমিটেদে, যাৰ অসম আৰু বেংগলত ২৫ খন চাহ বাগান আছে, চীনৰ চাহ ক্ৰেতাৰ লগত অসমৰ চি টি চি চাহ চীনলৈ ৰপ্তানি কৰাৰ বাবে হাত মিলায়। এ পি পি এলৰ এজন বিষয়াই জনোৱা মতে, চীনৰ চাহ প্ৰতিষ্ঠানবোৰে অসমৰ চি টি চি চাহ গাখীৰ চাহ হিচাপে বিক্ৰী কৰে। গাখীৰ চাহ চীনৰ গ্ৰাহকৰ মাজত অতি জনপ্ৰিয়।