চিয়াংত অস্বাভাবিক জলপৃষ্ঠ , শংকিত নদী পৰিয়া - আতংকত ধেমাজি, মাজুলী, ডিব্ৰুগড় - লখিমপুৰ বাসী। ভয় শংকাৰ মাজতে ৰঙা চীনক সকিয়নি । চীনাৰ বিৰুদ্ধে লখিমপুৰৰ ৰাজপথ উত্তাল । তীব্ৰ উত্তাল প্ৰতিবাদেৰে আকাশ -বতাহ কপাই তুলিলে - সিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে। লখিমপুৰ নগৰৰ মূখ্য চাৰিআলিৰ দৃশ্য এইয়া। ৰাজপথত জ্বলিল ৰঙা চীনৰ পতাকা। আন হাতে আলফা স্বাধীনকো সমালোচনা সংগঠনটোৰ। স্বাধীন অসমৰ স্বপ্ন দস্তা আলফাই আজিও স্হিতি স্পস্ত নকৰিলে চীনৰ বিৰুদ্ধে। অতি শীঘ্ৰেই ভাৰত চৰকাৰে চীনৰ নদীবান্ধৰ কাম বন্ধ কৰি চিয়াং - ব্ৰহ্মপুত্ৰৰ সভ্যতা জীয়াই ৰখাৰ দাবী জনোৱাৰ লগতে, দাবী কাৰ্যকৰি নকৰিলে জংগী আন্দোলনৰো ভাবুকি দিলে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে ।
Begin typing your search above and press return to search.