মনোৰঞ্জন
চেৰী ইয়েল্ল ৰঙৰ কাপোৰ পৰিধিত ৰূপত দেশী গাৰ্ল প্ৰিয়ংকা
ইটালীত অনুষ্ঠিত হোৱা ঈশা আম্বানী আৰু আনন্দ পৰিমলৰ আঙুঠি পিন্ধোৱা কাৰ্য্যসূচীত অংশ গ্ৰহন কৰাৰ লগতে পপ গায়ক নিক জনাচৰ সৈতে সময় কটালে প্ৰিয়ংকা চোপ্ৰাই । হয়,৩৬ বছৰীয়া অভিনেত্ৰী গৰাকীৰ সমূহ পৰিয়ালৰ সৈতে ইটালীত অনুষ্ঠিত হোৱা অনুষ্ঠানত অংশ গ্ৰহন কৰে । হালধীয়া ৰঙৰ কাপোৰ পৰিধিত কৰিছে মোহময়ী দেশী গাৰ্ল গৰাকীয়ে । তলত সুন্দৰ ফটো কেইখন মান প্ৰকাশ কৰা হ'ল -

