মনোৰঞ্জন
চৌনম আৰু আনন্দ আহুজাক কলা ৰঙৰ ড্ৰেচ পৰিধিত কৰা দেখা গল মিলান ফেশ্বন ওইকত
বীৰে দি ৱেডিংৰ অভিনেত্ৰী চৌনম কাপুৰ আৰু আনন্দ আহুজাক দেখা পোৱা গল ইটালীত অনুষ্ঠিত হোৱা 'মিলান ফেশ্বন ওইক' ।
ইবনি ব্লেক তথা কলা ৰঙৰ লগতে দীপ কাট কৰা ড্ৰেচ পৰিধিত কৰিছে চৌনমে,ভিনটেজ ৰাউণ্ড চানগ্লাছ,শ্লীক কানফুলি আৰু কলা ৰঙৰ পামশ্বু,আৰু ওঠত লৈছে বল্ড ৰঙা ৰঙৰ লিপষ্টিক আৰু সুন্দৰ চুলি খিনি কাষেৰে পেলাই লৈছে,তলত কেইখন মান পতী আনন্দৰ সৈতে থকা ফটো প্ৰকাশ কৰা হ'ল…………