Begin typing your search above and press return to search.

চৌনম কাপুৰৰ নতুন ফেশ্বনে চমক দেখুওৱালে জিঅ' মামি'চ ফ্লিম ফেষ্টিভেল

চৌনম কাপুৰৰ নতুন ফেশ্বনে চমক দেখুওৱালে জিঅ মামিচ ফ্লিম ফেষ্টিভেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Sep 2018 12:32 PM GMT

নৱ প্ৰজন্ম সকলৰ ষ্টাইলিষ্ট কুইন তথা বলীউদৰ ফেশ্বনিষ্টা চৌনম কাপুৰক পুনৰ এক সুন্দৰ ৰূপত দেখা পোৱা গল জিঅ' মামি'চ ফেষ্টিভেলত।'বীৰে দ্যি ৱেডিং'ৰ অভিনেত্ৰী চৌনমে ডিজাইনাৰ কেটী চখিকভেজ ডিজাইন কৰা ডাঠ নীলা ৰঙৰ কাপোৰ পৰিধান কৰিছে আৰু ডলচে আৰু গাৱানৰ শ্বু তথা জোতা পৰিধান কৰিছে।

কেৱল কাপোৰে নহয় চৌনম নতুন কাৰ্লী চুলিৰ ষ্টাইলে অধিক সুন্দৰ দেখুওৱাইছে ।জানিব পৰা মতে,চৌনমৰ চুলিৰ এই নতুন ষ্টাইল আহিবলগীয়া পৰৱৰ্ত্তী প্ৰজেক্ট "জয়া ফেক্টৰ"ৰ বাবে কৰিছে।এই ৰূপত নেদেখা চৌনমক আজি এই কাৰ্লী চুলিয়ে সকলোকে মোহিত কৰিছে।

চৌনম হৈছে এই "জিঅ' মামি ফেষ্টিভেলৰ ২০১৮" ব্ৰেণ্ড এম্বেছাদৰ।এক সাক্ষাৎকাৰত চৌনমে মত প্ৰকাশ কৰা অনুসৰি,"Hopefully, we can make content the king. Writers are the rockstars. Technicians, in general, are not given their due credit because when you are behind the scenes, you are less in the public eye. Writers are the backbone of any film and they should be given more due.”

Next Story
চাকৰি