ফেশ্বনষ্টা চৌনম কাপুৰৰ সুন্দৰ সুন্দৰ চুলিৰ ষ্টাইলৰ লগতে ধুনীয়া কিলিপ বেনে অতি সুন্দৰ দেখুৱাইছে।দীঘল চুলিয়ে নাইবা চুটি চুলিয়ে হওক যিকোনো ৰূপত চৌনমৰ সৌন্দৰ্য্যই মোহনীয় কৰি তুলিছে।