Begin typing your search above and press return to search.

ছিকিমৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে প্ৰেম সিঙ তামাঙে

ছিকিমৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত ললে প্ৰেম সিঙ তামাঙে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 May 2019 7:25 AM GMT

সোমবাৰে ছিকিমৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে প্ৰেম সিঙ গোৱেলে । ছিকিমৰ পালজৰ ষ্টেডিয়ামত ৰাজ্যপালে শপত বাক্য পাঠ কৰোৱাই। নতুন মুখ্যমন্ত্ৰীৰ লগতে কেবিনেটক ৰাজ্যপাল গংগা প্ৰসাদে শপত বাক্য পাঠ কৰোৱাই। প্ৰেম সিঙ তামাঙে নেপালী ভাষাত শপত বাক্য পাঠ কৰে ।

প্ৰেম সিঙ তামাঙ ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ সভাপতি আছিল । ২০১৩ চনত এচ কে এম প্ৰতিষ্ঠা হৈছিল । ৩২ খন আসনযুক্ত বিধানসভাৰ এচ কে এমে অকলেই ১৭ খন আসন লাভ কৰাৰ বিপৰীতে এচ ডি এফে ১৫ খন আসন লাভ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি