Begin typing your search above and press return to search.

ছিপাঝাৰত কনকলতা মহিলা সৱলীকৰণ সমাৰোহ অনুষ্ঠিত

ছিপাঝাৰত কনকলতা মহিলা সৱলীকৰণ সমাৰোহ অনুষ্ঠিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 July 2018 10:13 AM GMT

দুধনৈৰ পিছত এইবাৰ দৰং জিলা প্ৰশাসনৰ উদ্যোগত ছিপাঝাৰ সমষ্টিৰ নাৰিকলি শিৱমন্দিৰৰ খেলপথাৰত কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ অধীনত অনুষ্ঠিত মহিলা সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ গ্ৰহণ কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ লগতে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,পঞ্চায়ত আৰু গ্ৰামোঞ্চল উন্নয়ণ মন্ত্ৰী নৱ কুমাৰ দলে, জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতা, মঙলদৈৰ বিজেপি সাংসদ ৰমেন ডেকাৰ লগতে মঙলদৈ লোকসভা সমষ্টিৰ আটাইকেইগৰাকী বিধায়ক আৰু বহুসংখ্যক গণ্য-মান্য ব্যক্তিৰ লগতে সাধাৰণ ৰাইজ উপস্থিত থাকে।

Next Story